Subscribe
URL of the page has been copied to clipboard.
Meaning : কোৱা আৰু লিখাত ব্যৱহাৰ কৰা একধৰণৰ প্রাচীন ভাষা
Example : কিছুমান লোকে হিন্দীৰ উৎপত্তি প্রাকৃতৰ পৰা হোৱা বুলি অভিমত প্রকাশ কৰিছে
Synonyms : প্রাকৃত ভাষা
Meaning : স্বভাৱতে বা নিজে নিজে হোৱা
Example : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া
Synonyms : অকৃত্রিম, নৈসর্গিক, প্রাকৃতিক, সহজ, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক
Install App