Subscribe
URL of the page has been copied to clipboard.
Meaning : ফুলা বা বিকশিত হোৱা
Example : প্রস্ফুটিত পদুমফুলখিনিয়ে গোটেই পুখুৰীটোৰ শোভাবর্ধন কৰি আছে
Meaning : যিটো ফুলেৰে যুক্ত
Example : সীতাৰ সৰু বাগিছাখন প্রস্ফুটিত ফুলেৰে জকমকাই আছে
Synonyms : কুসুমিত, পুষ্পবান, পুষ্পিত, ফুলন্ত, মঞ্জৰিত
Install App