Meaning : কোনো কাম কৰাৰ কাৰণে কাৰোবাৰ সন্মুখত দাঙি ধৰা বিচাৰ
Example :
প্রধানমন্ত্রীয়ে পাকিস্তানৰ সন্মুখত শান্তিৰ প্রস্তাৱ ৰাখিছে
Meaning : বিবাহৰ বাবে কাৰোবাৰ আগত বা কাৰোবাৰ পৰিয়ালৰ আগত ৰখা প্রস্তাৱ
Example :
শ্যামৰ ডাঙৰ পুতেকৰ বাবে বহুতো প্রস্তাৱ আহিছে
Synonyms : বিবাহ প্রস্তাব