Meaning : শৃংগাৰ বা সাজোন-কাচোনৰ সামগ্রী
Example :
বজাৰত দেশ-বিদেশৰ নানা তৰহৰ প্রসাধন সামগ্রী পোৱা যায়
Synonyms : প্রসাধন
Meaning : প্রসাধন হিচাপে ব্যৱহাৰ কৰা সামগ্রী বিশেষ
Example :
ন-কইনাৰ বাকচ প্রসাধন সামগ্রীৰে ভৰি আছে