Meaning : শৃংগাৰ কৰা বা সজোৱা কার্য
Example :
কৃষ্ণৰ দ্বাৰা ৰাধাৰ প্রসাধনৰ পিছত কাব্যখনৰ পৰিসমাপ্তি ঘটে
Meaning : শৃংগাৰ বা সাজোন-কাচোনৰ সামগ্রী
Example :
বজাৰত দেশ-বিদেশৰ নানা তৰহৰ প্রসাধন সামগ্রী পোৱা যায়
Synonyms : প্রসাধন সামগ্রী