Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রসন্নতা from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রসন্নতা   বিশেষ্য

Meaning : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

Example :

Synonyms : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা, ৰগৰ

Meaning : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা

Example : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল

Synonyms : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, সন্তুষ্টি, সন্তোষ, স্ফূর্ত্তি, হৰিষ, ্হর্ষ

Meaning : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়

Example : আপোনাৰ সংগই মোৰ বাবে আনন্দ

Synonyms : আনন্দ, সুখপ্রদ, হর্ষ, ্আনন্দদায়ক