Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰাসায়নিক প্রক্রিয়াৰে তৈয়াৰ কৰা ঘা আদিত লগোৱা এবিধ গাঢ় ঔষধ
Example : চিকিৎসকে ঘা-ডোখৰত মলম লগাই বেণ্ডেজ লগাই দিলে
Synonyms : বিলেপ, মলম
Meaning : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
Example : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
Synonyms : লেও, লেপন
Install App