Meaning : কাৰোবাৰ মনত লালসা উপজাকৈ কৰা কাম
Example :
দীপিকাই নিজৰ ভায়েকক চকলেট দেখুৱাই প্রলুব্ধ কৰি আছে
Synonyms : লুব্ধ কৰা
Meaning : কাৰোবাক কিবা দেখুৱাই সেইটো পাবৰ কাৰণে অধীৰ কৰা
Example :
সাধাৰণতে ডাঙৰে সৰু লʼৰা-ছোৱালীক ওচৰলৈ মাতিবৰ কাৰণে
Synonyms : প্রলোভিত কৰা, লুব্ধ কৰা