Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রবন্ধ from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রবন্ধ   বিশেষ্য

Meaning : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

Example : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

Synonyms : নিবন্ধ, লেখা, ৰচনা

Meaning : কোনো কাম ভালদৰে সম্পূর্ণ ্কৰা ব্যৱস্থা

Example : ধর্মানুষ্ঠানৰ সকলো বন্দোবস্ত শ্যামে কৰিলে

Synonyms : বন্দোবস্ত, ব্যৱস্থা