Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
Example : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
Synonyms : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, মুখিয়াল, মুৰব্বী, সর্বেসর্বা
Meaning : যিটো আৱশ্যক হয়
Example : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
Synonyms : মুখ্য, মূল
Meaning : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
Example : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
Synonyms : মুখ্য
Meaning : যি কোনো ক্ষেত্রৰ প্রধান
Example : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
Synonyms : অগ্রগণ্য, অগ্রণী, প্রমুখ, মুখ্য, শ্রেষ্ঠ
Meaning : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
Example : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
Synonyms : প্রাথমিক, মুখ্য
Install App