Meaning : নিজৰ লগত যুঁজিবৰ কাৰণে চিঞৰি মতা কার্যভ
Example :
ভীমে যুদ্ধৰ কাৰণে কৌৰৱক প্রত্যাহ্বান জনালে
Meaning : যি কামৰ বাবে প্রতিদ্বন্দীয়ে যুঁজিবলৈ উদ্বুদ্ধ হয়
Example :
পাকিস্তানে বাৰে-বাৰে ভাৰতক প্রত্যাহ্বান জনাইছে