Subscribe
URL of the page has been copied to clipboard.
Meaning : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত
Example : মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো
Synonyms : অনাগত, আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, ভৱিতব্য, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন
Install App