Meaning : উভতি অহা কার্য ্বা ভাব
Example :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
Synonyms : উভতি অহা, ঘূৰি অহা, প্রত্যাৱর্তন, ফিৰি অহা
Meaning : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
Example :
অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
Synonyms : পুনৰাগমন, প্রত্যাৱর্তন