Subscribe
URL of the page has been copied to clipboard.
Meaning : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
Example : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
Synonyms : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
Meaning : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
Example : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
Synonyms : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
Meaning : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
Example : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
Meaning : সামান্য মিল থকা
Example : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
Synonyms : আভা, আভাস
Install App