Subscribe
URL of the page has been copied to clipboard.
Meaning : যি আকাৰ, প্রকাৰ, গুণ আদিত কাৰোবাৰ বা কিহবাৰ সমান যেন লাগে
Example : মোহন নিজৰ দেউতাকৰ প্রতিৰূপ এই খেলনাটো এই আনটো খেলনাৰ প্রতিৰূপ
Meaning : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু
Example : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে
Synonyms : অনুকৃতি, নকল, প্রতিকৃতি
Install App