Meaning : যি প্রতিবিম্ব পৰাৰ কাৰণে দেখা যায়
Example :
পূর্ণিমা ৰাতিত পানীত প্রতিবিম্বিত হোৱা চন্দ্রই মন মোহি নিয়ে
Synonyms : প্রতিবিম্বিত
Meaning : ওলোটাই থোৱা বা পিছলৈ ঘূৰি থকা
Example :
সূর্যৰ কিৰণবো প্রতিফলিত হৈ পৃথিৱীত বিয়পি পৰে