Meaning : প্রতিনিধি হোৱাৰ ভাৱ
Example :
তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে
Meaning : প্রতিনিধি হোৱা অৱস্থা বা ভাব
Example :
এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে
Meaning : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
Example :
মই প্রতিনিধিত্ব কৰিব নোৱাৰো
Synonyms : এজেঞ্চি