Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাক দৃঢ়তা বা প্রতিজ্ঞাপূর্বক কোনো কামক কৰাৰ বা নকৰাৰ বাবে কোৱা
Example : ভীষ্মই সত্যৱতীক আজীৱন ব্রহ্মচাৰী হৈ থকাৰ বচন দিছিল
Synonyms : কথা দিয়া, বচন দিয়া
Meaning : কিবা কৰা বা নকৰা বিষয়ত নিশ্চিত কৰা
Example : ভীষ্মই আজীৱন ্ ব্রহ্মচর্য ব্রত ্ পালন কৰিম বুলি প্রতিজ্ঞা কৰিছিল
Synonyms : অংগীকাৰ কৰা, পণ কৰা, শপত লোৱা, সংকল্প লোৱা
Install App