Meaning : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
Example :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
Synonyms : আলোকিত
Meaning : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে
Example :
শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে
Meaning : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে
Example :
কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে
Synonyms : আৱিভূত, প্রকটিত, প্রস্ফূটিত
Meaning : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
Example :
প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
Synonyms : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত