Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পোৱালি from অসমীয়া dictionary with examples, synonyms and antonyms.

পোৱালি   বিশেষ্য

Meaning : কাৰোবাৰ পুত্র বা কন্যা

Example : মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য

Synonyms : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, বেটা-বেটী, লʼৰা-ছোৱালী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান

Meaning : কোনো পশুৰ সন্তান

Example : যিকোনো পশুৰেই পোৱালি বৰ ধুনীয়া হয়

Synonyms : শাৱক

Meaning : কোনো জীৱ-জন্তুৰ পোৱালি

Example : কুকুৰজনীয়ে নিজৰ পোৱালিকেইটাক গাখীৰ খুৱাই আছে

Meaning : ঘোঁৰাৰ মতা পোৱালি

Example : ঘোঁৰাজনীয়ে পোৱালিটোক চেলকি আছে

Synonyms : ঘোঁৰা পোৱালি

Meaning : ছাগলী বা ভেড়া ছাগলীৰ পোৱালি

Example : কালি ৰাতি শিয়ালে এটা ছাগলী পোৱালি লৈ গʼল

Synonyms : ছাগলী পোৱালি

Meaning : কুকুৰৰ পোৱালি

Example : কুকুৰজনীয়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে

Synonyms : কুকুৰ-পোৱালি, পোৱালি কুকুৰ