Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

পোৱা   বিশেষ্য

Meaning : কোনো বস্তুৰ চাৰিভাগৰ এভাগ

Example : ইয়াৰ ওজন এপোৱা

Synonyms : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ

পোৱা   ক্ৰিয়া

Meaning : সমান অৱস্থাত উপনীত হোৱা অৱস্থা

Example : তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা

Meaning : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

Example : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

Synonyms : লাভ কৰা

Meaning : সুখ, দুখ আদি সহা কার্য

Example : তেওঁ নিজৰ ্কর্মৰ ফল ভুগি আছে

Synonyms : ভোগা

Meaning : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

Example : মই ৰামৰ পৰা এশ টকা পালোঁ

Synonyms : লাভ কৰা

Meaning : উপল্্ব্ধ হোৱা

Example : এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়

Synonyms : পোৱা যায়

Meaning : কোনো পদ, স্থান আদিলৈকে আহি পোৱা

Example : নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি

Meaning : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা

Example : অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি

Synonyms : উপনীত হোৱা

Meaning : প্রাপ্ত হোৱা বা পোৱা কার্য

Example : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

Synonyms : প্রাপ্তি ঘটা, লাভ কৰা

Meaning : পৰি থকা বস্তু উঠোৱা

Example : আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো

Meaning : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা

Example : আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো

Synonyms : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা

Meaning : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

Example : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

Synonyms : আহি পোৱা, লাভ কৰা

Meaning : নিজৰ অধিকাৰ সাব্যস্ত কৰা

Example : অশোকে কলিংগত জয় লাভ কৰিছিল

Synonyms : প্রাপ্ত কৰা, লাভ কৰা

Meaning : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

Example :

Synonyms : অহা, আগমন কৰা, উপস্থিত হোৱা

Meaning : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য

Example : ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি

Synonyms : উপনীত হোৱা

Meaning : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা

Example : মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি

Meaning : পায় যোৱা

Example : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

Synonyms : লাভ কৰা

পোৱা   বিশেষণ

Meaning : চাৰিভাগৰ এক অংশ

Example : তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে

Meaning : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে

Example : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে

Synonyms : উপার্জিত, প্রাপ্ত, হস্তগত

Meaning : নিৰ্দিষ্ট স্থানত উপনীত কৰা

Example : পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে