Meaning : সম্বন্ধীয় ব্যক্তি আদিক নেদেখা ভাও জুৰি
Example :
তুমি আমাক নুসোধাকৈ পোনে-পোনে তেওঁৰ ্পৰা পইচা খুজি আনিলা!
Meaning : নুঘূৰাকৈ
Example :
আপুনি ইয়াৰ পৰা পোনে-পোনে যাৱক আৰু ডাকবঙলাৰ পৰা বাওঁ্ফালে যাব
Meaning : মধ্যস্থতা নোহোৱাকৈ
Example :
মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
Synonyms : চিধাকৈ, পোনপটীয়াকৈ