Subscribe
URL of the page has been copied to clipboard.
Meaning : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য
Example : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে
Synonyms : পূৰোৱা, ভর্তি কৰা, ভৰোৱা
Meaning : দীঘল বস্তু আদিৰ গুৰি অংশ বা কোনো এটা মূৰ কোনো গাঁতত থিয় কৰা কার্য
Example : খেতিয়কে গৰুবোৰ বান্ধিবৰ কাৰণে খুটি পুতি আছে
Synonyms : পুতি থকা
Meaning : গাঁত খান্দিলৈ তাত কোনো বস্তু ৰাখি মাটিৰে ঢাকি দিয়া কার্য
Example : ইছলাম ধর্মত শৱ ্পোতা হয়
Install App