Subscribe
URL of the page has been copied to clipboard.
Meaning : উৰিব পৰা বা বগাই যাব পৰা সৰু প্রাণী
Example : কিছুমান পোক মানুহৰ কাৰণে বৰ উপকাৰী
Synonyms : কীট, কীট-পতংগ, পতংগ, পতঙ্গ, পোক-পতংগ
Meaning : শস্যৰ ক্ষতিসাধন কৰা খেতিত লগা এবিধ পোক
Example : খেতিয়কে কৃষি-কীটৰ পৰা বাছিবৰ কাৰণে খেতিত ঔষধ ছটিয়াই
Synonyms : কৃষি-কীট
Install App