Meaning : পিতৃৰ বা পিতৃৰ পৰা লাভ কৰা সম্পত্তি
Example :
চৰকাৰী সম্পত্তি কাৰোৰে পৈতৃক নহয়
Meaning : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা
Example :
তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে
Meaning : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে
Example :
তেওঁ বংশগত ্ৰোগত ভুগিছে
Synonyms : আনুবংশিক, বংশগত, বংশানুক্রমিক
Meaning : পিতা সম্বন্ধীয়
Example :
আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ