Meaning : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
Example :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
Synonyms : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা
Meaning : কোনো বস্তু তললৈ পেলোৱা কার্য
Example :
লʼৰাটোৱে গাখীৰখিনি
Meaning : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
Example :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
Synonyms : পেলোৱা