Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত কোনো পেচ বা মোৰ আছে
Example : পাহাৰৰ মেৰযুক্ত পথত সাৱধানেৰে গাড়ী চলাব লাগে
Synonyms : মেৰযুক্ত
Meaning : যʼত পেচ লগোৱা বা জোৰা লগোৱা আছে
Example : ফাৰ্ণিচাৰ আদি বনোৱাৰ সময়ত পেচযুক্ত নট-বল্টুৰ ব্যৱহাৰ কৰা হয়
Install App