Subscribe
URL of the page has been copied to clipboard.
Meaning : স্ক্রু আদিত থকা গোলাকাৰ পাক
Example : পেঁচ ্ থকা কাৰণেই স্ক্রু যিকোনো বস্তুতে সহজে সোমাই যায়
Synonyms : থেত, পেঁচ
Meaning : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ
Example : কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল
Synonyms : তলা
Install App