Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৃষ্ঠভূমি from অসমীয়া dictionary with examples, synonyms and antonyms.

পৃষ্ঠভূমি   বিশেষ্য

Meaning : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়

Example : এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম

Meaning : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল

Example : এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে

Synonyms : পৃষ্ঠ-ভূমি

Meaning : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি

Example : এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত

Meaning : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ

Example : এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে

Synonyms : পটভূমি, পৃষ্ঠ-ভূমি

Meaning : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়

Example : এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে

Synonyms : পশ্চাদপট