Meaning : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
Example :
তেওঁ কংগ্রেছৰ পৰা ওলাল
Synonyms : ওলোৱা
Meaning : কোনো অংশত পৃথক পৃথক হোৱা
Example :
স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল
Synonyms : বিভক্ত হোৱা
Meaning : * সম্বন্ধ আদি নাইকিয়া হোৱা
Example :
নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
Synonyms : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা