Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ব্যক্তিৰ মৃত পিতৃ, মাতৃ, ককাক , আইতাক আদি পূর্বপুৰুষ
Example : পিতৃপক্ষত পূর্বপুৰুষক তর্পণ দিয়া হয়
Synonyms : উপৰিপুৰুষ, পূর্বজ
Meaning : ককা, আজুককা আদি, যি পুৰণি হৈ গৈছে বা আগৰ
Example : ৰাম, কৃষ্ণ আদি আমাৰ পূর্বজ আছিল
Synonyms : আদিপুৰুষ, পিতৃপুৰুষ, পূর্বজ
Install App