Subscribe
URL of the page has been copied to clipboard.
Meaning : মৃত্যু ঘটাৰ পিছত পুনৰ আন শৰীৰৰ ৰূপত জন্ম গ্রহণ কৰা কার্য
Example : ধর্মীয় মত অনুসৰি যিজন ব্যক্তিয়ে মোক্ষ লাভ কৰে তেওঁৰ পুনৰ-জনম নহয়
Synonyms : পুনর্জীৱন, পুনৰ-জনম, পুনৰ-জীৱন, পুনৰজন্ম
Meaning : আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰত প্রৱেশ কৰা কার্য
Example : হিন্দুৱে পুনর্জন্মত বিশ্বাস কৰে
Synonyms : ্দেহান্তৰ
Install App