Subscribe
URL of the page has been copied to clipboard.
Meaning : সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
Example : শিশুৱে পুতলা লৈ খেলি আছে
Synonyms : পুতলি, পুত্তলিকা
Meaning : খেলাৰ কাৰণে বনোৱা বস্তু
Example : লʼৰা-ছোৱালীবোৰে পুতলাৰে খেলি আছে
Synonyms : ক্রীড়নক, খেলনা
Meaning : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
Example : দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
Synonyms : খেলনা
Meaning : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
Example : দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
Synonyms : পুত্তলিকা
Install App