Subscribe
URL of the page has been copied to clipboard.
Meaning : সৰু আকাৰৰ জলাধাৰ বা খাল
Example : তেওঁ পুখুৰীত মাছ মাৰি আছে
Synonyms : ক্ষুদ্র সৰোবৰ, পুষ্কৰিনী
Meaning : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
Example : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
Synonyms : খাল, জলাশয়, নাদ পুষ্কৰিণী, সৰসী, সৰোবৰ, হ্রদ
Install App