Meaning : কাৰোবাৰ পিছে পিছে যোৱা ব্যক্তি বা যি পিছত আছে
Example :
দৌৰত পিছ পৰা লʼৰাবোৰক গালি পাৰিলে
Synonyms : পশ্চাদগামী, পশ্চাদৱর্ত্তী
Meaning : কোনো গুণ আদিত অলপ পিছ পৰা
Example :
ৰাম পঢ়াত শ্যামতকৈ পিছ পৰা