Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদিৰ পিছৰ অংশ
Example : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল
Synonyms : পশ্চভাগ, পিছফাল
Meaning : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম
Example :
Synonyms : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত
Meaning : সময়, দূৰত্ব আদিত পিছৰ ফালে
Example : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো
Meaning : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)
Example : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে
Install App