Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু খুন্দি গুৰি কৰা কার্য
Example : পিচাৰ কাৰণে ৰাখি থোৱা শস্যবোৰ বৰষুণত তিতিল
Meaning : কোনো বস্তুক পিহি গুড়ি কৰা
Example : তেওঁ ঘেঁহু পিচি আছে
Synonyms : পিহা
Meaning : কুটা বা পিচি গুৰি কৰা কাৰ্য
Example : মছলা পিচা হʼল
Synonyms : গুৰি কৰা, বটা
Meaning : পানীৰ সহায়েৰে মোহাৰি মিহি কৰা
Example : তেওঁ শিলত মছলা পিচিছে
Synonyms : বটা
Install App