Meaning : বাৰে বাৰে থু পেলোৱা
Example :
চাদা খাই তেওঁ থু থু কৰি আছে
Synonyms : থু থু কৰা, থু পেলাই থকা, থুওৱা
Meaning : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
Example :
তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
Synonyms : থুই পেলোৱা, থুওৱা, থুৱাই দিয়া