Meaning : ঘোঁৰা গাড়ী আদিত ভৰি দিবৰ কাৰণে প্রস্তুত কৰা স্থান
Example :
তেওঁ ্ঘোঁৰাগাড়ীত ভৰি ৰাখিবৰ কাৰণে পাৱদানীত ভৰি থʼলে
Meaning : ভৰি থʼব পৰা আসন
Example :
শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
Synonyms : পাওদানী
Meaning : ভৰি থোৱা কোনো বস্তু বা স্থান
Example :
পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
Synonyms : পাওদানী