Subscribe
URL of the page has been copied to clipboard.
Meaning : ভুলতে কোনো বস্তু কʼৰবাত এৰি অহা
Example : মই আজি কার্যালয়ৰ চাবিপাত ঘৰতে পাহৰিলোঁ
Synonyms : এৰিল অহা, পাহৰি অহা
Meaning : যিটো পাহৰি যোৱা হৈছে বা মনত নাই
Example : মই এই কবিতাটোৰ পাহৰা পংক্তিবোৰক মনত পেলাবলৈ চেষ্টা কৰি আছোঁ
Synonyms : বিস্মৃত
Install App