Meaning : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল
Example :
ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে
Synonyms : ৰাজনৈতিক দল
Meaning : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
Example :
আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
Synonyms : পক্ষ
Meaning : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
Example :
তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
Synonyms : দল