Meaning : পানীৰ দৰে হৈ পৰা পাতল বস্তু
Example :
ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী
Synonyms : পনীয়া
Meaning : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
Example :
এই তৰোৱালখনৰ পানী চাবলগীয়া
Synonyms : ধাৰ
Meaning : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
Example :
তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে