Subscribe
URL of the page has been copied to clipboard.
Meaning : পাতল হোৱা অৱস্থা বা ভাব
Example : চিফনৰ কাপোৰ মিহি হয়
Synonyms : মিহি
Meaning : যʼত পানীৰ পৰিমাণ বেছি আছে
Example : মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল
Synonyms : পাতলা
Meaning : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
Example : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
Synonyms : সহজ
Meaning : যিটো কম ওজনৰ বা বেছি গধুৰ নহয়
Example : তেওঁৰ সোঁহাতত এটা পাতল জোলোঙা ওলমি আছিল
Synonyms : অগধুৰ, ফিৰফিৰীয়া, ভাৰহীন, লঘু, হাল্কা
Meaning : যাৰ স্থূলতা বা ব্যাস কম
Example : এই কাপোৰখন বৰ পাতল
Install App