Subscribe
URL of the page has been copied to clipboard.
Meaning : চৰাইৰ বাহিৰৰ আৱৰণক বনোৱা পাতল আৰু জল নিৰোধক গঠন
Example : কৃষ্ণই মূৰত ময়ুৰৰ পাখি ধাৰণ কৰিছিল
Meaning : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ
Example : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে
Synonyms : ডানা, ডেউকা, ডৌকা, পক্ষ, পখা
Install App