Subscribe
URL of the page has been copied to clipboard.
Meaning : ভৰি থʼব পৰা আসন
Example : শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
Synonyms : পাৱদানী
Meaning : ভৰি থোৱা কোনো বস্তু বা স্থান
Example : পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
Install App