Subscribe
URL of the page has been copied to clipboard.
Meaning : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা
Example : কয়দীজন জেলৰ পৰা পলাই গʼল
Synonyms : পলাই যোৱা, পলায়ন কৰা
Meaning : প্রেমিক-প্রেমিকাই মনে মনে গুচি যোৱা কার্য
Example : বিয়া পাতিবৰ কাৰণে তেওঁলোক দুয়ো ঘৰৰ পৰা পলাল
Install App