Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পলম from অসমীয়া dictionary with examples, synonyms and antonyms.

পলম   বিশেষ্য

Meaning : চলি থকা বা হৈ থকা কাম কিছু সময়ৰ বাবে ৰখাই দিয়া কার্য

Example : অসময়ত অহা বৰষুণজাকৰ বাবে কার্যসূচীৰ পলম হোৱাটো স্বাভাৱিক

Synonyms : বিলম্ব

Meaning : নিয়ত বা সাধাৰণতকৈ বেছি সময়

Example : মোৰ ইয়ালৈ অহাত দেৰি হʼলেও চিন্তা কৰিব নালাগে

Synonyms : আলম-বিলম, গহৰি, দেৰি, বিলম্ব