Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পর্যটন from অসমীয়া dictionary with examples, synonyms and antonyms.

পর্যটন   বিশেষ্য

Meaning : পইচাৰ বিনিময়ত পর্যটকক সেৱা প্রদান কৰা কাম বা পর্যটকৰ ফুৰা, খোৱা, থকা আদিৰ ব্যৱস্থা কৰা কাম

Example : মহেশে পর্যটনৰ ্পৰা ভালেখিনি টকা উপার্জন কৰে বার্মু্দাত পর্যটন এক মুখ্য ব্যৱসায়

Meaning : মন ভাল লগোৱা বা অনয্ কোনো কাৰণে পর্যটক স্থলী আদিত ঘূৰা-ফুৰা কার্য

Example : এই পর্যটক দলটোৱে সম্পূর্ণ ্ভাৰতবর্ষৰ পর্যটন কৰি ঘূৰি আহিছে

Synonyms : পৰিভ্রমণ