Subscribe
URL of the page has been copied to clipboard.
Meaning : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান
Example : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে
Synonyms : স্থান
Meaning : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
Example : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
Synonyms : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি
Meaning : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা
Example : কবিতা ৰচনা কৰা লোকক কবি বোলে
Synonyms : কবিতা, কাব্য, পদ্য
Meaning : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ
Example : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়
Meaning : গোৱা কার্য ্বা ভাব
Example : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
Synonyms : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত
Meaning : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
Example : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
Synonyms : চৰণ, পাদ, পাৱ, ভৰি
Install App