Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পথাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

পথাৰ   বিশেষ্য

Meaning : দীঘল আৰু বহল সমতল ভূমি

Example : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে

Synonyms : ক্ষেত্র, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান

Meaning : শস্য উৎপাদন কৰিবলৈ খেতিৰ চাৰিওফালে জেওৰা আদিৰে ঘেৰি দিয়া ঠাই

Example : এই খেতিপথাৰখন যথেষ্ট সাৰুৱা

Synonyms : খেতি পথাৰ, খেতি মাটি, খেতি-পথাৰ, খেতিপথাৰ, ভূঁই, শস্যক্ষেত্র